People's Singer... 2005 ৰ সেই MA ৰ দিন বোৰতে যে আমাৰ বাবে তুমি জনতাৰ শিল্পী হৈ উঠিছিলা... আমি তোমাক interview টোত People's Singer কৈয়ে ভাল পাইছিলো... তেতিয়াই .....আজিৰ দৰেই কিমান যে ভালপাও তোমাক, হে মহান শিল্পী!...Social Media আৰু Phone Photography নথকাৰ সময়তো 'মায়া', 'বিস্ময়' আদি আলোচনীৰ দিনৰে পৰা, কেছেট কিনি কিনি তোমাৰ গানকে শুন…
Read moreগ্ৰন্থ: 'জয়মতীৰ জোনাকী বাট'(২০০০) লেখক: ৰাজীৱ মহন্ত .................. ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আমি কিমান জানো? কি জানো? তেওঁৰ নাটক, গীত, কৱিতাই আমাক আচ্ছন্ন কৰি ৰাখিছে; কিন্ত তেওঁৰ মানস কন্যা 'জয়মতী' ৰ নি্ৰ্মানৰ বিষয়ে আমি কিমান জানো? জানিছোনে কেতিয়াবা ৰূপকোৱঁৰৰ প্ৰথম অসমীয়া চিনেমা নিৰ্মানৰ আঁৰৰ কাহিনীসমূহ? অসমীয়া চিনেমাৰ জন্ম কাহ…
Read moreআজিৰ তাৰিখত এইটো এটা খুব সাংঘাটিক ডাঙৰ প্ৰশ্ন হৈ থকা নাই। সাধাৰণভাৱেএইটো contextual ভিত্তিক প্ৰশ্নহে হৈ পৰিছে।কোনো এটা বাতৰি বা গণসংযোগৰ কোনো এটা তথ্য অনুসন্ধান কৰিবলৈ, ৰাজনৈতিক ,স্বাস্থ্য, বানিজ্য নতুবা যিকোনো সামগ্ৰীৰ জৰীপ চলোৱাৰ ক্ষেত্ৰত প্ৰথম প্ৰশ্নটো হৈছে এইটো- আপুনি বাতৰি কাকত পঢ়েনে? যদি পঢ়ে, কাকতৰ নাম সোধা যায়। যদি নপঢ়ে, তেনেহ'লে পিছৰ প্ৰশ্…
Read moreশৈশৱৰে পৰা তৰ্ক, আলোচনা, বক্তৃতা, আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰাৰ বাবে আমাৰ ঘৰত মা-দেউতাই এটা পৰিবেশ ৰচনা কৰি দিছিল। স্থানীয়, ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি তিনিও বাই ভনীয়ে যোগ দিয়াৰ সুবিধা লাভ কৰিছিলো। তৰ্ক কৰি ভাল লগা হৈছিল। ঠিক যেন এটা নিচা হৈ গৈছিল ; য'তেই যোগ দিয়া যায় এটা পুৰস্কাৰ প্ৰায়েই পাইছিলো! এটা সময়ৰ পাছত এজন তাৰ্কি…
Read moreআমেৰিকাৰ দৰে শক্তিশালী দেশ এখনৰ ৰাষ্ট্ৰপতি এজনে (ৰিচা্ৰ্ড নিক্সন) পদত্যাগ কৰিবলগীয়া হোৱাৰ দৰে অভূতপূৰ্ব ঘটনাটো ঘটাৰ মূল কাৰণ আছিল The Washington Post নামৰ কাকতখনে সত্তৰৰ দশকত ধাৰাবাহিকভাৱে প্ৰকাশ কৰা এটা অনুসন্ধানমূলক ৰাজনৈতিক বাতৰি - The Watergate Scandal. সাংবাদিকদ্বয় কাৰ্ল বাৰ্নষ্টেইন আৰু বব উডৱা্ৰডে 1972 চনত দেশখনৰ ডেম'ক্ৰেতিক দলৰ কাৰ্যালয়ত সংঘটিত …
Read moreমুম্বাইত মাৰ অপাৰেশ্যন সম্পূৰ্ণ হৈছিল। সুস্থিৰ হোৱাৰ পাছত চেনিকুঠিৰ ভাৰাঘৰতে মোৰ সৈতে মাক ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। তুন তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকে। বা ৰ বিয়া হৈ গৈছে।কলিয়াবৰ গ'লে মাক চোৱা-চিতা কৰাত অসুবিধা হ'ব; বাৰে বাৰে চিকিৎসাৰ বাবে গুৱাহাটী অনাও সম্ভৱ নহয়।গতিকে, ভাৰাঘৰতে থকাৰ সিদ্ধান্ত সাধাৰণতে এনে ক্ষেত্ৰত ভাৰাঘৰৰ মালিকে ম…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin