মাঘ মাহৰ আজিৰ পূৰ্ণিমা তিথি কি, কিয় বিখ্যাত সৰুতে আমি জনা নাছিলো।কিন্তু মাঘী পূৰ্ণিমা আমাৰ বাবে বিশেষ আছিল।ইয়াৰ কাৰণ হৈছে - কলিয়াবৰৰ হাটবৰত থকা ভৰালী নামঘৰ। ভৰালী নামঘৰত মাঘী পূৰ্ণিমাৰ তিথি উলহ মালহৰে পালন কৰা হয়। দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম হয়! মানুহৰ ভিৰ ইমান বেছি হয় যে মন্দিৰ সমিতিয়ে অকলে নিয়ন্ত্ৰন কৰিব পৰা নাছিল। ফলত আমি স্কুলৰ পৰা scout and guid…
Read morePeople's Singer... 2005 ৰ সেই MA ৰ দিন বোৰতে যে আমাৰ বাবে তুমি জনতাৰ শিল্পী হৈ উঠিছিলা... আমি তোমাক interview টোত People's Singer কৈয়ে ভাল পাইছিলো... তেতিয়াই .....আজিৰ দৰেই কিমান যে ভালপাও তোমাক, হে মহান শিল্পী!...Social Media আৰু Phone Photography নথকাৰ সময়তো 'মায়া', 'বিস্ময়' আদি আলোচনীৰ দিনৰে পৰা, কেছেট কিনি কিনি তোমাৰ গানকে শুন…
Read moreগ্ৰন্থ: 'জয়মতীৰ জোনাকী বাট'(২০০০) লেখক: ৰাজীৱ মহন্ত .................. ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আমি কিমান জানো? কি জানো? তেওঁৰ নাটক, গীত, কৱিতাই আমাক আচ্ছন্ন কৰি ৰাখিছে; কিন্ত তেওঁৰ মানস কন্যা 'জয়মতী' ৰ নি্ৰ্মানৰ বিষয়ে আমি কিমান জানো? জানিছোনে কেতিয়াবা ৰূপকোৱঁৰৰ প্ৰথম অসমীয়া চিনেমা নিৰ্মানৰ আঁৰৰ কাহিনীসমূহ? অসমীয়া চিনেমাৰ জন্ম কাহ…
Read moreআজিৰ তাৰিখত এইটো এটা খুব সাংঘাটিক ডাঙৰ প্ৰশ্ন হৈ থকা নাই। সাধাৰণভাৱেএইটো contextual ভিত্তিক প্ৰশ্নহে হৈ পৰিছে।কোনো এটা বাতৰি বা গণসংযোগৰ কোনো এটা তথ্য অনুসন্ধান কৰিবলৈ, ৰাজনৈতিক ,স্বাস্থ্য, বানিজ্য নতুবা যিকোনো সামগ্ৰীৰ জৰীপ চলোৱাৰ ক্ষেত্ৰত প্ৰথম প্ৰশ্নটো হৈছে এইটো- আপুনি বাতৰি কাকত পঢ়েনে? যদি পঢ়ে, কাকতৰ নাম সোধা যায়। যদি নপঢ়ে, তেনেহ'লে পিছৰ প্ৰশ্…
Read moreশৈশৱৰে পৰা তৰ্ক, আলোচনা, বক্তৃতা, আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰাৰ বাবে আমাৰ ঘৰত মা-দেউতাই এটা পৰিবেশ ৰচনা কৰি দিছিল। স্থানীয়, ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি তিনিও বাই ভনীয়ে যোগ দিয়াৰ সুবিধা লাভ কৰিছিলো। তৰ্ক কৰি ভাল লগা হৈছিল। ঠিক যেন এটা নিচা হৈ গৈছিল ; য'তেই যোগ দিয়া যায় এটা পুৰস্কাৰ প্ৰায়েই পাইছিলো! এটা সময়ৰ পাছত এজন তাৰ্কি…
Read more
Copyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin