চোতালখন বুলিলেই মনত পৰে শৈশৱৰ ধেমালীবোৰলৈ। আমি কেৱল আমি তিনিজনী বাই-ভনীয়েই নাছিলো- বাবমুনুদাহঁত, বাছা, আইমণী বা..আমি সকলোৱে বৃহৎ চোতালখনত উমলি জামলি ডাঙৰ হৈছিলো। বাৰান্দাৰ শেষ আৰু চোতালৰ আৰম্ভণিতে থকা আমাৰ ঘৰৰ বহিব পৰা সেই ঠাইখিনিতে মা আৰু কুন্তল বাইদেৱে ( সম্বোধন হ'ব লাগিছিল জেঠাই ; পিছে স্কুলৰ বাইদেউ হোৱাত কোনোদিন আৰু জেঠাই নহলগৈ!) বহি বহি কথা পাতি আ…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin