বিজ্ঞান সংযোগীকৰণ (science communication) ৰ শ্ৰেণীত এজন ছাত্ৰই মোক এটা প্ৰশ্ন সুধিছিল- "আপুনি জ্যোতিষ বিশ্বাস নকৰে? কিয়?" তেওঁৰ এই প্ৰশ্নটোত উত্তৰ দিবলৈ মই সঠিককৈ মাত্ৰ এটা কাৰণ বিচাৰি পোৱা নাছিলো- যিহেতু জ্যোতিষ সম্পৰ্কে মোৰ পূৰ্বৰ সকলো অভিজ্ঞতা হয়তো হাস্যকৰ নহয়টো তিক্ততামূলক! জ্যোতিষ শব্দটোৰ সৈতে মোৰ চিনাকী অৱশ্যে খুব পুৰণি নহয়। গাৱত থকালৈকে…
Read moreভূপেন হাজৰিকাৰ নামটো সৰুতে আমাৰ বাবে আছিল কৌতুহলৰ বিষয়। কেতিয়াবা বিদ্যালয়ৰ পৰা আহিয়েই দেখিছিলো, দেউতাই স্কুটাৰখন লৈ ওলাই গৈছেগৈ। ইমান দৌৰা দৌৰিকৈ ক'লৈ গৈছে দেউতা? : দুণ্ডী বৰতাৰ ঘৰলৈ।- কোনোবা এজনে হয়তু উত্তৰ দিছিল। :ভূপেন হাজৰিকা আহিব নেকি? :ও :প্ৰায়ে নলতলীত, দুণ্ডী বৰদেউতাৰ ঘৰত (বিশিষ্ট নাট্যকৰ্মী ঁদেৱেন ভূঞাই 'চিৰাজ' চিনেমাখনত অভিনয় কৰি…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin