আমাৰ সময়ত মেট্ৰিক পৰীক্ষাত অহা সাম্ভাব্য ৰচনা এখন আছিল 'মোৰ জীৱনৰ লক্ষ্য'। হাঁহি উঠে এতিয়া; নিজৰ জীৱনৰ লক্ষ্য ঠিক নকৰাকৈয়ে আমিবোৰে পৰীক্ষাকেন্দ্ৰীক উদ্দেশ্যেৰে ৰচনা এখন বঢ়িয়াকৈ সাজু কৰি মুখস্থ কৰিছিলো। (বহুতে একেখনকে লিখিছিল আৰু আমাৰ তিনি বাই ভনিৰো ৰচনাত জীৱনৰ লক্ষ্য একেখনেই চলি থাকিল!) তাৰ আগতে অৱশ্যে লক্ষ্যধৰ চৌধুৰীদেৱৰ বিখ্যাত কবিতাটোৰ সৈতে …
Read moreঠিক টোপনিটো আৰম্ভ হৈছিলহেনে- ভঙা ঘিলাৰ বিষটোৱে অতিষ্ঠ কৰি তুলিছে। বিষ মানে প্ৰচন্ড বিষ। কান্দিবৰ মন যোৱাকৈ বিষ। দিনটোৰ ক্লান্তিত শুই পৰা কাকো জগাবলৈ সত নাই যোৱা। ইকাটি-সিকাতি কৰিলেই ঘিলাটোৱে যেন হুমকিহে দি উঠে! বুজিলো- আৰু এটা ভয়ংকৰ নিশা উজাগৰে কটাব লাগিব। অথচ উজাগৰী নিশাবোৰ মোৰ কিমান প্ৰিয় আছিল! হোষ্টলীয়া জীৱনৰ মাদকতা মানেই যেন আছিল উজাগৰি নিশা। ৰাতিটো…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin