: ক’ত থাকা তুমি? :আদাবাৰীত। :নিজা ঘৰ নে ভাৰা? +++++ প্ৰায়ে সন্মুখিন হোৱা এটা অতি সহজ প্ৰশ্ন ৷উত্তৰটো দিওতে খুব এটা কষ্ট নহয়! গুৱাহাটীত থাকো যেতিয়া উত্তৰটো সহজ ভাৱেই দিও-ভাৰাঘৰ৷ কলিয়াবৰত নিজা ঘৰ আছেই, গতিকে উত্তৰটো দিওতে বিশেষ বেয়া নালাগিছিল (তথাপিও মনত আহি থাকিছিল – মোৰো এটা নিজা ঘৰ হ’ব এদিন!)৷ ঘৰ এটাৰ নামত মানুহৰ প্ৰায় আধা জীৱনেই পা…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin