"......ঘৰ ক'ত উত্তৰ দিবলৈ আজিৰ তাৰিখত ইমান যে কঠিন । কুটা কঢ়িয়াই কঢ়িয়াই মানুহবোৰে ঘৰবোৰ সাজে, কিন্তু ঘৰবোৰ ঘৰ হয়গৈ মানে তাত থাকিবলৈ মানুহবোৰ নথকা হয়। সোঁৱৰণীৰ বকপেৰাবোৰ সামৰি দেৱালে আগুৰা খালী ঠাই একোখনহঁত থাকি যায়।"- প্ৰথম খণ্ডটো পঢ়ি ৰয়েল গ্লৱেল ইউনিভাৰ্ছিটিৰ গণসংযোগ পাঠ্যক্ৰমৰ অধ্যাপিকা মনস্বিনী মহন্তই দিয়া মন্তব্যই মোক নিৰ্বাক কৰি …
Read moreভাৰাঘৰ বিচৰা বুলিলেই আছিল এটি ভয় আৰু আশংকা৷ অসমীয়া সাহিত্য আৰু মানুহৰ তিক্ত অভিজ্ঞতাৰ কাহিনীয়ে মোক ভাৰাঘৰ সন্দৰ্ভত পেপুৱা লগাইছিল৷ আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষিকা আৰু বাতৰি পৰিবেশিকা হিচাপে জীৱনৰ প্ৰথম কৰ্মজীৱনৰ বাবে প্ৰয়োজন হৈছিল এটা ভাৰাঘৰৰ৷ভগিনী সদৃশ হিমাদ্ৰীৰ সহযোগত চেনিকুঠীত এটা ভাৰাঘৰৰ সম্ভেদ পালো যেনিবা ! কিছুদিন আমি চাৰিজনী ছোৱালী আছিলো৷ মই আছি…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin