প্ৰতিদিনে বাঢিছে ধৰ্ষণৰ বাতৰিবোৰ ৷ সৰু-সুৰা নহয়- দলবদ্ধ ধৰ্ষণৰ ঘটনাও বাঢ়ি আহিছে প্ৰতিদিনে৷ অসমত জন্ম লৈছো বাবে ছোৱালী হিচাপে সুৰক্ষিত বুলি এসময়ত নিজে কৰা অহংকাৰক যেন মই নিজেই দিনে দিনে সন্দেহহে কৰিম! কিয় এনে হৈছে? এখন ক্ষয়িষ্ণু সমাজে যেন মোক ভয়াৱহ ভবিষ্যতৰ অন্ধকাৰকহে আঙুলিয়াই দিছে! অৱশ্যে তাৰমাজতো, কিছুমান সাহসী নাৰীৰ কাহিনীয়ে মোক প্ৰায়ে চমকিত কৰি তোলে। …
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin