এইবাৰগৰম বন্ধত মোৰ অৰুণাচল প্ৰদেশলৈ অহাটো আগৰ বাৰৰ দৰে নাছিল। আগেয়ে প্ৰতিবাৰে আহিলে থাকে উৎসাহ আৰু আন্দন্দোল্লাস। এইবাৰ তাৰ পৰিবৰ্ত্তে আছিল মহাশূন্যতাৰ মহানাদ! বাৰ অবৰ্তমানে মোক অস্থিৰ কৰি তুলিছে। মোৰ হাঁহিবলৈ মন নাযায়; কাৰো লগত কথা পাতিব মন নাযায়....মই যেন নিৰৱে অকলে বহি থাকিম....কিয় এনে হ'ল?- উত্তৰ বিচাৰি নোপোৱা প্ৰশ্ন বোৰক যেন বাৰে বাৰে উত্তৰ বিচাৰি …
Read moreইণ্টাৰনেট আৰু টেলিভিছনৰ দৌৰাত্ম্য নথকাৰ সুবাদতে, আমাৰ শৈশৱৰ একমাত্ৰ লগৰী আছিল কিতাপবোৰ। বিভিন্ন সময়ত মা-দেউতাই আনি দিয়া অথবা পুৰস্কাৰ হিচাপে লাভ কৰা কিতাপৰে আমাৰ সৰু সুৰা এটা পুথিভড়ালেই হৈছিল!নতুন কিতাপ এখন হাতত পৰাৰ লগে লগেই তাক নাকৰ ওচৰলৈ নি পাতবোৰ আঙুলিৰে এফালৰ পৰা লৰাই দি গোন্ধ লোৱাটো আমাৰ বাবে নিচা হৈ পৰিছিল! নতুন কিতাপৰ কি যে সুন্দৰ সেই সুঘ্ৰাণ!কিতাপ…
Read moreদ্বিতীয় মহাযুদ্ধৰ পিছৰে পৰা ক্ৰমশ: শক্তিশালী ৰূপে থিয় দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই নিজকে গণতন্ত্ৰৰ সবল ৰখীয়া বুলি গৌৰৱ কৰি আহিছিল। মুক্ত চিন্তা, অগ্ৰণী ভাৱধাৰা, নতুনত্বৰ পথ প্ৰৱৰ্তক বুলি সততে দোহাৰিও আহিছিল। পক্ষপাত দুষ্ট সংবাদ মাধ্যমে পশ্চিমীয়া সভ্যতা আৰু জীৱন যাত্ৰাক শ্ৰেষ্ট বুলি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাই আছিল/ আছে। প্ৰভাৱশালী আৰু ধনী সংবাদ মাধ্যম সমূহৰ এ…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin