গাঁওবোৰ তেতিয়া সোনকালেই শুই পৰিছিল। চাৰে ন বজা মানে বহু নিশা। আমি কুমলীয়াবোৰ তেতিয়া বিছনাত থাকো।আমাৰ বিছনাখনৰ কাষতে কাঠৰ খিৰিকিখন । শৰতকালৰ এনে সময়ত বা গ্ৰীস্মৰ উতলা গৰমৰ পৰা হাত সাৰিবলৈ কেতিয়াবা খিৰিকিখন খুলি দিও। আৰু তেতিয়াই জোনৰ পোহৰবোৰে আহি মোৰ বিছনাত খেলা আৰম্ভ কৰে। কাষতে থকা নাৰিকল গছৰ পাতবোৰ জোনৰ পোহৰত চিকমিকাই উঠে। বিদ্যুতৰ কৃত্ৰিম পোহৰ নথকা দিনবোৰ…
Read moreভূপেন হাজৰিকাৰ নামটো সৰুতে আমাৰ বাবে আছিল কৌতুহলৰ বিষয়। কেতিয়াবা বিদ্যালয়ৰ পৰা আহিয়েই দেখিছিলো, দেউতাই স্কুটাৰখন লৈ ওলাই গৈছেগৈ। ইমান দৌৰা দৌৰিকৈ ক'লৈ গৈছে দেউতা? : দুণ্ডী বৰতাৰ ঘৰলৈ।- কোনোবা এজনে হয়তু উত্তৰ দিছিল। :ভূপেন হাজৰিকা আহিব নেকি? :ও :প্ৰায়ে নলতলীত, দুণ্ডী বৰদেউতাৰ ঘৰত (বিশিষ্ট নাট্যকৰ্মী ঁদেৱেন ভূঞাই 'চিৰাজ' চিনেমাখনত অভিনয় কৰি…
Read moreএটা পৰম্পৰা- ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱৰ ঘটনাটোক বিয়া হিচাপে আমাৰ পালন কৰা হয়- নাম টোলনী বিয়া/ সৰু বিয়া! মোৰ মনত আছে- বাৰ বছৰৰ কোনোবা এটা সন্ধিয়াত যেতিয়া মোৰ শৰীৰৰ আজৱ পৰিবৰ্তনটো ঘটিছিল ; মায়ে খবৰটো দিয়াৰ পাছতে দেউতা দৌৰ মাৰিছিল লক্ষী গোঁসাইৰ তাত চোৱাবলৈ। জন্ম-মৃত্যুৰ দৰে এই প্ৰাকৃতিক ঘটনাটোৰো হেনো বিধান আছে!মাই কান্দিছিল- "ছোৱালী ডাঙৰ হ'ল" ব…
Read moreচোতালখন বুলিলেই মনত পৰে শৈশৱৰ ধেমালীবোৰলৈ। আমি কেৱল আমি তিনিজনী বাই-ভনীয়েই নাছিলো- বাবমুনুদাহঁত, বাছা, আইমণী বা..আমি সকলোৱে বৃহৎ চোতালখনত উমলি জামলি ডাঙৰ হৈছিলো। বাৰান্দাৰ শেষ আৰু চোতালৰ আৰম্ভণিতে থকা আমাৰ ঘৰৰ বহিব পৰা সেই ঠাইখিনিতে মা আৰু কুন্তল বাইদেৱে ( সম্বোধন হ'ব লাগিছিল জেঠাই ; পিছে স্কুলৰ বাইদেউ হোৱাত কোনোদিন আৰু জেঠাই নহলগৈ!) বহি বহি কথা পাতি আ…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin