এইবাৰগৰম বন্ধত মোৰ অৰুণাচল প্ৰদেশলৈ অহাটো আগৰ বাৰৰ দৰে নাছিল। আগেয়ে প্ৰতিবাৰে আহিলে থাকে উৎসাহ আৰু আন্দন্দোল্লাস। এইবাৰ তাৰ পৰিবৰ্ত্তে আছিল মহাশূন্যতাৰ মহানাদ! বাৰ অবৰ্তমানে মোক অস্থিৰ কৰি তুলিছে। মোৰ হাঁহিবলৈ মন নাযায়; কাৰো লগত কথা পাতিব মন নাযায়....মই যেন নিৰৱে অকলে বহি থাকিম....কিয় এনে হ'ল?- উত্তৰ বিচাৰি নোপোৱা প্ৰশ্ন বোৰক যেন বাৰে বাৰে উত্তৰ বিচাৰি …
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin