ভাৰাঘৰ বিচৰা বুলিলেই আছিল এটি ভয় আৰু আশংকা৷ অসমীয়া সাহিত্য আৰু মানুহৰ তিক্ত অভিজ্ঞতাৰ কাহিনীয়ে মোক ভাৰাঘৰ সন্দৰ্ভত পেপুৱা লগাইছিল৷ আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষিকা আৰু বাতৰি পৰিবেশিকা হিচাপে জীৱনৰ প্ৰথম কৰ্মজীৱনৰ বাবে প্ৰয়োজন হৈছিল এটা ভাৰাঘৰৰ৷ভগিনী সদৃশ হিমাদ্ৰীৰ সহযোগত চেনিকুঠীত এটা ভাৰাঘৰৰ সম্ভেদ পালো যেনিবা ! কিছুদিন আমি চাৰিজনী ছোৱালী আছিলো৷ মই আছি…
Read more: ক’ত থাকা তুমি? :আদাবাৰীত। :নিজা ঘৰ নে ভাৰা? +++++ প্ৰায়ে সন্মুখিন হোৱা এটা অতি সহজ প্ৰশ্ন ৷উত্তৰটো দিওতে খুব এটা কষ্ট নহয়! গুৱাহাটীত থাকো যেতিয়া উত্তৰটো সহজ ভাৱেই দিও-ভাৰাঘৰ৷ কলিয়াবৰত নিজা ঘৰ আছেই, গতিকে উত্তৰটো দিওতে বিশেষ বেয়া নালাগিছিল (তথাপিও মনত আহি থাকিছিল – মোৰো এটা নিজা ঘৰ হ’ব এদিন!)৷ ঘৰ এটাৰ নামত মানুহৰ প্ৰায় আধা জীৱনেই পা…
Read moreএইবাৰগৰম বন্ধত মোৰ অৰুণাচল প্ৰদেশলৈ অহাটো আগৰ বাৰৰ দৰে নাছিল। আগেয়ে প্ৰতিবাৰে আহিলে থাকে উৎসাহ আৰু আন্দন্দোল্লাস। এইবাৰ তাৰ পৰিবৰ্ত্তে আছিল মহাশূন্যতাৰ মহানাদ! বাৰ অবৰ্তমানে মোক অস্থিৰ কৰি তুলিছে। মোৰ হাঁহিবলৈ মন নাযায়; কাৰো লগত কথা পাতিব মন নাযায়....মই যেন নিৰৱে অকলে বহি থাকিম....কিয় এনে হ'ল?- উত্তৰ বিচাৰি নোপোৱা প্ৰশ্ন বোৰক যেন বাৰে বাৰে উত্তৰ বিচাৰি …
Read moreআমি দুয়ো বহুদূৰ একেলগে খোজ কঢ়াৰ কথা আছিল। সপোনবোৰ বুকুত উমলায় হাতে হাত ধৰি সেউজীয়া বাট এটা বোলাৰ কত যে কথা আছিল! কথা দিছিলা কথা কৈছিলা... আৰু কথাবোৰ হঠাতে সামৰি পেলালা? তোমাৰ সৈতে দীঘলীয়া বাট লোৱাৰ কথাটো যে থাকি গ'ল ( উৎসৰ্গা: বা)
Read moreজীৱনটো সাংঘাটিকভাৱে slow হৈ গৈছে! ঠিক যেন শামুকটোৰ দৰে। আগেয়ে পাঁচ মিনিটত সাউতকৈ কৰি পেলোৱা কামটোকে কৰিবলৈ এতিয়া মোক আধাঘন্টা লাগে। তৎক্ষণাত ঘূৰিব নোৱাৰো; হাউলিব নোৱাৰো, বেকা হ'ব নোৱাৰো; খোজো খৰকৈ দিব নোৱাৰো।আনকি মোৰ প্ৰিয় গাড়ী চলোৱা কামটো ও কৰিব নোৱাৰো! আগেয়ে জপং জপংকৈ দীঘল দীঘল খোজ দিছিলো; কাছৰ গতিত যোৱা বা ক জোকাইছিলো।তাইৰ লগত সমানে খোজ আৰম্ভ কৰিলে ত…
Read moreThe Lone Ranger in a Forsaken Frontier:The Unsung Pioneer of Indian Cinema in the North East Writer: Apurba Sarma Publisher: Aank-Baak অসমীয়া চিনেমাৰ পিতৃ পুৰুষ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু অসমীয়া চিনেমাৰ জন্ম কথাৰ নৈসৰ্গিকতাৰ বিষয়ে লিখা এইখন অসমীয়া চিনেমা বিষয়ক এখন শ্ৰেষ্ঠ গ্ৰন্থ। যিকোনো গৱেষণাধৰ্মী লেখাৰ ক্ষেত্ৰত গ্ৰন্থখনে একোজন পঢ়ুৱৈক /গৱেষকক আঙ…
Read moreকি কি কৰিছিলোতকৈ, কি কি কৰা নাছিলো - সেই প্ৰশ্নহে আজিৰ তাৰিখত বোধহয় সঠিক হ'ব! কটন কলেজৰ (তাহানিৰ!) গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ চাকৰিটো অস্থায়ী আছিল যদিও বোধহয় মোৰ /আমাৰ দায়িত্ব বহু স্থায়ী মানুহতকৈ বেছি আছিল।পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ মান বজালৈ কাম থাকিছিল। ছাত্ৰ-ছাত্ৰীৰ Practical ৰ বাবে Audio-Visual magazine দাপোন-The Mirror বা lab journal আমাৰ ম…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin