মুম্বাইত মাৰ অপাৰেশ্যন সম্পূৰ্ণ হৈছিল। সুস্থিৰ হোৱাৰ পাছত চেনিকুঠিৰ ভাৰাঘৰতে মোৰ সৈতে মাক ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। তুন তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকে। বা ৰ বিয়া হৈ গৈছে।কলিয়াবৰ গ'লে মাক চোৱা-চিতা কৰাত অসুবিধা হ'ব; বাৰে বাৰে চিকিৎসাৰ বাবে গুৱাহাটী অনাও সম্ভৱ নহয়।গতিকে, ভাৰাঘৰতে থকাৰ সিদ্ধান্ত সাধাৰণতে এনে ক্ষেত্ৰত ভাৰাঘৰৰ মালিকে ম…
Read more"......ঘৰ ক'ত উত্তৰ দিবলৈ আজিৰ তাৰিখত ইমান যে কঠিন । কুটা কঢ়িয়াই কঢ়িয়াই মানুহবোৰে ঘৰবোৰ সাজে, কিন্তু ঘৰবোৰ ঘৰ হয়গৈ মানে তাত থাকিবলৈ মানুহবোৰ নথকা হয়। সোঁৱৰণীৰ বকপেৰাবোৰ সামৰি দেৱালে আগুৰা খালী ঠাই একোখনহঁত থাকি যায়।"- প্ৰথম খণ্ডটো পঢ়ি ৰয়েল গ্লৱেল ইউনিভাৰ্ছিটিৰ গণসংযোগ পাঠ্যক্ৰমৰ অধ্যাপিকা মনস্বিনী মহন্তই দিয়া মন্তব্যই মোক নিৰ্বাক কৰি …
Read moreভাৰাঘৰ বিচৰা বুলিলেই আছিল এটি ভয় আৰু আশংকা৷ অসমীয়া সাহিত্য আৰু মানুহৰ তিক্ত অভিজ্ঞতাৰ কাহিনীয়ে মোক ভাৰাঘৰ সন্দৰ্ভত পেপুৱা লগাইছিল৷ আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষিকা আৰু বাতৰি পৰিবেশিকা হিচাপে জীৱনৰ প্ৰথম কৰ্মজীৱনৰ বাবে প্ৰয়োজন হৈছিল এটা ভাৰাঘৰৰ৷ভগিনী সদৃশ হিমাদ্ৰীৰ সহযোগত চেনিকুঠীত এটা ভাৰাঘৰৰ সম্ভেদ পালো যেনিবা ! কিছুদিন আমি চাৰিজনী ছোৱালী আছিলো৷ মই আছি…
Read more: ক’ত থাকা তুমি? :আদাবাৰীত। :নিজা ঘৰ নে ভাৰা? +++++ প্ৰায়ে সন্মুখিন হোৱা এটা অতি সহজ প্ৰশ্ন ৷উত্তৰটো দিওতে খুব এটা কষ্ট নহয়! গুৱাহাটীত থাকো যেতিয়া উত্তৰটো সহজ ভাৱেই দিও-ভাৰাঘৰ৷ কলিয়াবৰত নিজা ঘৰ আছেই, গতিকে উত্তৰটো দিওতে বিশেষ বেয়া নালাগিছিল (তথাপিও মনত আহি থাকিছিল – মোৰো এটা নিজা ঘৰ হ’ব এদিন!)৷ ঘৰ এটাৰ নামত মানুহৰ প্ৰায় আধা জীৱনেই পা…
Read moreএইবাৰগৰম বন্ধত মোৰ অৰুণাচল প্ৰদেশলৈ অহাটো আগৰ বাৰৰ দৰে নাছিল। আগেয়ে প্ৰতিবাৰে আহিলে থাকে উৎসাহ আৰু আন্দন্দোল্লাস। এইবাৰ তাৰ পৰিবৰ্ত্তে আছিল মহাশূন্যতাৰ মহানাদ! বাৰ অবৰ্তমানে মোক অস্থিৰ কৰি তুলিছে। মোৰ হাঁহিবলৈ মন নাযায়; কাৰো লগত কথা পাতিব মন নাযায়....মই যেন নিৰৱে অকলে বহি থাকিম....কিয় এনে হ'ল?- উত্তৰ বিচাৰি নোপোৱা প্ৰশ্ন বোৰক যেন বাৰে বাৰে উত্তৰ বিচাৰি …
Read moreআমি দুয়ো বহুদূৰ একেলগে খোজ কঢ়াৰ কথা আছিল। সপোনবোৰ বুকুত উমলায় হাতে হাত ধৰি সেউজীয়া বাট এটা বোলাৰ কত যে কথা আছিল! কথা দিছিলা কথা কৈছিলা... আৰু কথাবোৰ হঠাতে সামৰি পেলালা? তোমাৰ সৈতে দীঘলীয়া বাট লোৱাৰ কথাটো যে থাকি গ'ল ( উৎসৰ্গা: বা)
Read moreজীৱনটো সাংঘাটিকভাৱে slow হৈ গৈছে! ঠিক যেন শামুকটোৰ দৰে। আগেয়ে পাঁচ মিনিটত সাউতকৈ কৰি পেলোৱা কামটোকে কৰিবলৈ এতিয়া মোক আধাঘন্টা লাগে। তৎক্ষণাত ঘূৰিব নোৱাৰো; হাউলিব নোৱাৰো, বেকা হ'ব নোৱাৰো; খোজো খৰকৈ দিব নোৱাৰো।আনকি মোৰ প্ৰিয় গাড়ী চলোৱা কামটো ও কৰিব নোৱাৰো! আগেয়ে জপং জপংকৈ দীঘল দীঘল খোজ দিছিলো; কাছৰ গতিত যোৱা বা ক জোকাইছিলো।তাইৰ লগত সমানে খোজ আৰম্ভ কৰিলে ত…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin