আজিৰ তাৰিখত এইটো এটা খুব সাংঘাটিক ডাঙৰ প্ৰশ্ন হৈ থকা নাই। সাধাৰণভাৱেএইটো contextual ভিত্তিক প্ৰশ্নহে হৈ পৰিছে।কোনো এটা বাতৰি বা গণসংযোগৰ কোনো এটা তথ্য অনুসন্ধান কৰিবলৈ, ৰাজনৈতিক ,স্বাস্থ্য, বানিজ্য নতুবা যিকোনো সামগ্ৰীৰ জৰীপ চলোৱাৰ ক্ষেত্ৰত প্ৰথম প্ৰশ্নটো হৈছে এইটো- আপুনি বাতৰি কাকত পঢ়েনে? যদি পঢ়ে, কাকতৰ নাম সোধা যায়। যদি নপঢ়ে, তেনেহ'লে পিছৰ প্ৰশ্…
Read moreশৈশৱৰে পৰা তৰ্ক, আলোচনা, বক্তৃতা, আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰাৰ বাবে আমাৰ ঘৰত মা-দেউতাই এটা পৰিবেশ ৰচনা কৰি দিছিল। স্থানীয়, ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি তিনিও বাই ভনীয়ে যোগ দিয়াৰ সুবিধা লাভ কৰিছিলো। তৰ্ক কৰি ভাল লগা হৈছিল। ঠিক যেন এটা নিচা হৈ গৈছিল ; য'তেই যোগ দিয়া যায় এটা পুৰস্কাৰ প্ৰায়েই পাইছিলো! এটা সময়ৰ পাছত এজন তাৰ্কি…
Read moreআমেৰিকাৰ দৰে শক্তিশালী দেশ এখনৰ ৰাষ্ট্ৰপতি এজনে (ৰিচা্ৰ্ড নিক্সন) পদত্যাগ কৰিবলগীয়া হোৱাৰ দৰে অভূতপূৰ্ব ঘটনাটো ঘটাৰ মূল কাৰণ আছিল The Washington Post নামৰ কাকতখনে সত্তৰৰ দশকত ধাৰাবাহিকভাৱে প্ৰকাশ কৰা এটা অনুসন্ধানমূলক ৰাজনৈতিক বাতৰি - The Watergate Scandal. সাংবাদিকদ্বয় কাৰ্ল বাৰ্নষ্টেইন আৰু বব উডৱা্ৰডে 1972 চনত দেশখনৰ ডেম'ক্ৰেতিক দলৰ কাৰ্যালয়ত সংঘটিত …
Read moreমুম্বাইত মাৰ অপাৰেশ্যন সম্পূৰ্ণ হৈছিল। সুস্থিৰ হোৱাৰ পাছত চেনিকুঠিৰ ভাৰাঘৰতে মোৰ সৈতে মাক ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। তুন তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকে। বা ৰ বিয়া হৈ গৈছে।কলিয়াবৰ গ'লে মাক চোৱা-চিতা কৰাত অসুবিধা হ'ব; বাৰে বাৰে চিকিৎসাৰ বাবে গুৱাহাটী অনাও সম্ভৱ নহয়।গতিকে, ভাৰাঘৰতে থকাৰ সিদ্ধান্ত সাধাৰণতে এনে ক্ষেত্ৰত ভাৰাঘৰৰ মালিকে ম…
Read more"......ঘৰ ক'ত উত্তৰ দিবলৈ আজিৰ তাৰিখত ইমান যে কঠিন । কুটা কঢ়িয়াই কঢ়িয়াই মানুহবোৰে ঘৰবোৰ সাজে, কিন্তু ঘৰবোৰ ঘৰ হয়গৈ মানে তাত থাকিবলৈ মানুহবোৰ নথকা হয়। সোঁৱৰণীৰ বকপেৰাবোৰ সামৰি দেৱালে আগুৰা খালী ঠাই একোখনহঁত থাকি যায়।"- প্ৰথম খণ্ডটো পঢ়ি ৰয়েল গ্লৱেল ইউনিভাৰ্ছিটিৰ গণসংযোগ পাঠ্যক্ৰমৰ অধ্যাপিকা মনস্বিনী মহন্তই দিয়া মন্তব্যই মোক নিৰ্বাক কৰি …
Read moreভাৰাঘৰ বিচৰা বুলিলেই আছিল এটি ভয় আৰু আশংকা৷ অসমীয়া সাহিত্য আৰু মানুহৰ তিক্ত অভিজ্ঞতাৰ কাহিনীয়ে মোক ভাৰাঘৰ সন্দৰ্ভত পেপুৱা লগাইছিল৷ আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষিকা আৰু বাতৰি পৰিবেশিকা হিচাপে জীৱনৰ প্ৰথম কৰ্মজীৱনৰ বাবে প্ৰয়োজন হৈছিল এটা ভাৰাঘৰৰ৷ভগিনী সদৃশ হিমাদ্ৰীৰ সহযোগত চেনিকুঠীত এটা ভাৰাঘৰৰ সম্ভেদ পালো যেনিবা ! কিছুদিন আমি চাৰিজনী ছোৱালী আছিলো৷ মই আছি…
Read more: ক’ত থাকা তুমি? :আদাবাৰীত। :নিজা ঘৰ নে ভাৰা? +++++ প্ৰায়ে সন্মুখিন হোৱা এটা অতি সহজ প্ৰশ্ন ৷উত্তৰটো দিওতে খুব এটা কষ্ট নহয়! গুৱাহাটীত থাকো যেতিয়া উত্তৰটো সহজ ভাৱেই দিও-ভাৰাঘৰ৷ কলিয়াবৰত নিজা ঘৰ আছেই, গতিকে উত্তৰটো দিওতে বিশেষ বেয়া নালাগিছিল (তথাপিও মনত আহি থাকিছিল – মোৰো এটা নিজা ঘৰ হ’ব এদিন!)৷ ঘৰ এটাৰ নামত মানুহৰ প্ৰায় আধা জীৱনেই পা…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin