বিজ্ঞান সংযোগীকৰণ (science communication) ৰ শ্ৰেণীত এজন ছাত্ৰই মোক এটা প্ৰশ্ন সুধিছিল- "আপুনি জ্যোতিষ বিশ্বাস নকৰে? কিয়?" তেওঁৰ এই প্ৰশ্নটোত উত্তৰ দিবলৈ মই সঠিককৈ মাত্ৰ এটা কাৰণ বিচাৰি পোৱা নাছিলো- যিহেতু জ্যোতিষ সম্পৰ্কে মোৰ পূৰ্বৰ সকলো অভিজ্ঞতা হয়তো হাস্যকৰ নহয়টো তিক্ততামূলক! জ্যোতিষ শব্দটোৰ সৈতে মোৰ চিনাকী অৱশ্যে খুব পুৰণি নহয়। গাৱত থকালৈকে…
Read moreভূপেন হাজৰিকাৰ নামটো সৰুতে আমাৰ বাবে আছিল কৌতুহলৰ বিষয়। কেতিয়াবা বিদ্যালয়ৰ পৰা আহিয়েই দেখিছিলো, দেউতাই স্কুটাৰখন লৈ ওলাই গৈছেগৈ। ইমান দৌৰা দৌৰিকৈ ক'লৈ গৈছে দেউতা? : দুণ্ডী বৰতাৰ ঘৰলৈ।- কোনোবা এজনে হয়তু উত্তৰ দিছিল। :ভূপেন হাজৰিকা আহিব নেকি? :ও :প্ৰায়ে নলতলীত, দুণ্ডী বৰদেউতাৰ ঘৰত (বিশিষ্ট নাট্যকৰ্মী ঁদেৱেন ভূঞাই 'চিৰাজ' চিনেমাখনত অভিনয় কৰি…
Read more"আপোনাৰ ল'ৰা নাই? তিনিজনী ছোৱালী? ইচ্, পিছলৈ কোনে চাব?"- মই জনা-বুজা হোৱাৰে পৰা দেখি অহা আৰু বেয়া পোৱা কথাটোৱেই আছিল এইটো!যেতিয়াই ঘৰলৈ নতুন আলহী আহিছিল; ক'ৰবাত উৎসৱ-পাৰ্বনলৈ গৈছিলো তেতিয়াই প্ৰায়ে মা এই প্ৰশ্নৰ সন্মুখিন হৈছিল। মা শান্ত প্ৰকৃতিৰ ব্যক্তি আছিল।সেয়ে তেওঁ নিৰৱে মিচিকিয়াইছিল মাথো(অপমানিত অনুভৱ কৰিছিল নে চাগৈ?)।ডাঙৰ হোৱাৰ পাছৰে …
Read moreযিটো কথাই মোৰ শৈশৱৰ সুখৰ সময় কাঢ়ি নিবৰ প্ৰায়ে যত্ন কৰিছিল - সেয়া হৈছে: মোৰ চেহেৰা । বাইদেউ, ভন্টি, সমনীয়া কোনো মোৰ সমান শকত নাছিল। ফলত চুবুৰীয়া, লগৰীয়া , আত্মীয় সকলোৱে মোক জোকাইছিল। স্বাভাবিকতেই মোৰ খং উঠিছিল আৰু প্ৰত্যুত্তৰবোৰো গোজোৰা মৰাই আছিল।মোৰ খঙাল উত্তৰত সকলোৱে বৰ ৰস লৈছিল! (আজিৰ তাৰিখত ভাবো এয়া আছলতে bullying আছিল!) এদিন এটা ঘটনা ঘটিল।মা ৰ পৰিয়াল…
Read moreঠিক ১৪ বছৰ মান বয়সলৈকে তোলনি নোহোৱা ছোৱালীৰ মানসিক চাপ আৰম্ভ হয়। সেই চাপ কেৱল তাইৰ হৈ নাথাকি ঘৰ খনৰ হৈ পৰে; চুবুৰিলৈ বাগৰি যায়!ঋতুমতী নোহোৱাটো ছোৱালীজনীৰ বাবে অভিশাপ হৈ পৰে! তাহানিৰ তোলনি-বিয়াত আঁয়তিসকলে ঋতুমতী ছোৱালী এজনীক হয়তু জীৱনৰ বাবে সাজু কৰিছিল- কষ্টকৰ জীৱনত নাচি বাগি তেওলোকেও ক্ষণিক আনন্দ কৰিছিল- কলগছক স্বামী সজাই ছোৱালীজনীৰ ভবিষ্যতৰ আখৰা কৰিছিল!…
Read moreএটা পৰম্পৰা- ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱৰ ঘটনাটোক বিয়া হিচাপে আমাৰ পালন কৰা হয়- নাম টোলনী বিয়া/ সৰু বিয়া! মোৰ মনত আছে- বাৰ বছৰৰ কোনোবা এটা সন্ধিয়াত যেতিয়া মোৰ শৰীৰৰ আজৱ পৰিবৰ্তনটো ঘটিছিল ; মায়ে খবৰটো দিয়াৰ পাছতে দেউতা দৌৰ মাৰিছিল লক্ষী গোঁসাইৰ তাত চোৱাবলৈ। জন্ম-মৃত্যুৰ দৰে এই প্ৰাকৃতিক ঘটনাটোৰো হেনো বিধান আছে!মাই কান্দিছিল- "ছোৱালী ডাঙৰ হ'ল" ব…
Read moreচোতালখন বুলিলেই মনত পৰে শৈশৱৰ ধেমালীবোৰলৈ। আমি কেৱল আমি তিনিজনী বাই-ভনীয়েই নাছিলো- বাবমুনুদাহঁত, বাছা, আইমণী বা..আমি সকলোৱে বৃহৎ চোতালখনত উমলি জামলি ডাঙৰ হৈছিলো। বাৰান্দাৰ শেষ আৰু চোতালৰ আৰম্ভণিতে থকা আমাৰ ঘৰৰ বহিব পৰা সেই ঠাইখিনিতে মা আৰু কুন্তল বাইদেৱে ( সম্বোধন হ'ব লাগিছিল জেঠাই ; পিছে স্কুলৰ বাইদেউ হোৱাত কোনোদিন আৰু জেঠাই নহলগৈ!) বহি বহি কথা পাতি আ…
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin