সকলো ঘটনা বাতৰি নহয়। ঘটনা এটা ঘটাৰে পৰা বাতৰিৰ ৰূপ পাই দৰ্শক / পঢ়ুৱৈৰ ওচৰ পোৱালৈকে -এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া।এই প্ৰক্ৰিয়াটোত, বাতৰি আৰু পঢ়ুৱৈৰ মাজৰ সংযোগ স্থাপন কৰা জনেই হৈছে সহজ অৰ্থত সাংবাদিক। শেহতীয়াকৈ সাংবাদিক আৰু সাংবাদিকতাৰ বিষয়ত বহুবোৰ বিষয় উত্থাপিত হৈছে ৷ বহু লোকে মন্তব্য কৰিছে, এতিয়া আৰু ‘ভাল’ সাংবাদিক নাই৷ সঁচা হয় জানো? গণ মাধ্যম শিক্ষ…
Read moreএটা বিজ্ঞাপনে অসমত হঠাতে ভূমিকম্পৰ সৃষ্টি কৰিলে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছদিনাই বিজেপি দলে কাকত সমূহৰ Masthead ৰ তলতে দিয়া বিজ্ঞাপনে কেৱল চমক সৃষ্টি কৰাই নহয়; ই বহু বোৰ বিষয়ো উত্থাপন কৰিলে। অৱশ্যে এনে বিজ্ঞাপন নতুন নহয়। The Hindu, Times of India আদিৰ দৰে আগশাৰীৰ কাকতসমূহেও এই ঠাই ব্যৱসায়িক প্ৰদৰ্শনৰ বাবে এৰি দিছিল। Skybus বিজ্ঞাপন নামেৰে শ্ৰেণীৱদ্ধ কৰা এ…
Read moreইণ্টাৰনেট আৰু টেলিভিছনৰ দৌৰাত্ম্য নথকাৰ সুবাদতে, আমাৰ শৈশৱৰ একমাত্ৰ লগৰী আছিল কিতাপবোৰ। বিভিন্ন সময়ত মা-দেউতাই আনি দিয়া অথবা পুৰস্কাৰ হিচাপে লাভ কৰা কিতাপৰে আমাৰ সৰু সুৰা এটা পুথিভড়ালেই হৈছিল!নতুন কিতাপ এখন হাতত পৰাৰ লগে লগেই তাক নাকৰ ওচৰলৈ নি পাতবোৰ আঙুলিৰে এফালৰ পৰা লৰাই দি গোন্ধ লোৱাটো আমাৰ বাবে নিচা হৈ পৰিছিল! নতুন কিতাপৰ কি যে সুন্দৰ সেই সুঘ্ৰাণ!কিতাপ…
Read moreঅপ্ৰত্যাশিতভাৱে মা ৰ কেঞ্চাৰ ধৰা পৰিছিল আৰু সলনি হৈ গৈছিল মোৰ জীৱনৰ গতিধাৰাও.... মনত আছে ...সেইদিনা কলেজৰ পৰা আমি পামহি গাৱৰ পাৰিজাত একাডেকমীলৈ গৈছিলো। তেতিয়াৰ কটন কলেজৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ তৰফৰ পৰা শিশুৰ মনত বিজ্ঞান মানসিকতা জন্মোৱাৰ উদ্দ্যেশ্যেৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। আমি তিনিজন আছিলো সেইদিনা- প্ৰয়াত অনামিকা বাইদেউ, মই আৰু ভাতৃ প্ৰত…
Read moreপ্ৰতিদিনে বাঢিছে ধৰ্ষণৰ বাতৰিবোৰ ৷ সৰু-সুৰা নহয়- দলবদ্ধ ধৰ্ষণৰ ঘটনাও বাঢ়ি আহিছে প্ৰতিদিনে৷ অসমত জন্ম লৈছো বাবে ছোৱালী হিচাপে সুৰক্ষিত বুলি এসময়ত নিজে কৰা অহংকাৰক যেন মই নিজেই দিনে দিনে সন্দেহহে কৰিম! কিয় এনে হৈছে? এখন ক্ষয়িষ্ণু সমাজে যেন মোক ভয়াৱহ ভবিষ্যতৰ অন্ধকাৰকহে আঙুলিয়াই দিছে! অৱশ্যে তাৰমাজতো, কিছুমান সাহসী নাৰীৰ কাহিনীয়ে মোক প্ৰায়ে চমকিত কৰি তোলে। …
Read moreএতিয়াৰ গণৰাজ্য দিৱস আৰু আমাৰ শৈশৱৰ গণৰাজ্য দিৱস উদযাপনৰ মাজত আকাশ- পাতালৰ পাৰ্থক্য আছে। আমাৰ সময়ত গণৰাজ্য দিৱস আছিল আনন্দ আৰু ভয়ৰ মিশ্ৰিত এটি অনুভূতি। আশীৰ দশকৰ শিশু আমিবোৰ আৰু নব্বৈত আছিল আমাৰ কৈশোৰ আৰু যৌৱন। আনন্দৰ কাৰণ অৱশ্যে বহুত আছিল। তাৰ ভিতৰত এটা আছিল দূৰদৰ্শন। একেবাৰে সৰুতে, গণৰাজ্য দিৱসৰ দিনা , দেউতা নহ'লে মাই পুৱাই উঠি খুলি দিয়া টি ভিটোৰ দুৱ…
Read moreদুচকুত হাজাৰ সপোন লৈ উনৈশ বছৰীয়া ছোৱালীজনীয়ে আমেৰিকাত ভৰি থৈছিলহি। উচ্চ শিক্ষাৰ লগতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰা, সুদূৰ ভাৰতৰ স্বাধীনচিতীয়া ছোৱালীজনীয়ে এদিন লগ পাই গ'ল জামাইকাৰ পৰা অহা প্ৰতিবাদী কৃষ্ণাংগ যুৱকজনক।মানৱ অধিকাৰৰ সংগ্ৰামৰ দিনবোৰত ক্ৰমশ: আকৰ্ষিত হ'ল দুয়ো । সপোন দেখা ছোৱালীজনীয়ে ঘৰত নজনোৱাকৈয়ে তেওঁক আকোৱালী ল'লে। আৰম্ভ হ'ল …
Read moreCopyright (c) 2024 Pragjyotishkotha All Right Reseved
Social Plugin